YouTube Premium বিনামূলীয়াকৈ

আমি সকলোৱে  YouTube ব্যৱহাৰ কৰো আৰু ইয়াৰে ভিডিও বিলাকৰ মাজত Advertise আহি থাকে | এই Ads  বিলাক আগতে ভিডিও আৰম্ভনিত এটাকৈ দেখাইছিল আৰু চাব মন নগলে Skip কৰিব পাৰিছিল | কিন্তু আজিকালি প্ৰায় Ads বিলাক  skip কৰিব  নোৱাৰি  আৰু  আৰম্ভনিৰ  এটা  Ad ৰ  জেগাত  দুটা  হলগৈ  আৰু  কিছুমান বিচ‍াৰিলেও Skip কৰিবও নোৱাৰি |আৰু কেতিয়াবা ২ মিনিটৰ ভিডও এটা চাবলৈ প্ৰায় ৩০-৬০ চেকেণ্ড Ad. মান চাব  লাগীয়া | আৰু এইটো  বহুত  অশান্তিদায়ক |

আৰু এই বিলাক সম্পূৰ্ণ আতৰাবলৈ লব লাগে , যাৰ বাবে প্ৰতি মাহে ১৩৯ ( 139 ) টকাকৈ ক  দিব লাগে |

কিন্তু মই যদি কও যে এই  একেই YouTube Premium Service বিনামূলীয়াকৈ লাভ কৰিব পাৰি | মানিবনে ? কিন্তু এইটো সম্ভৱ |

এইটো সম্ভৱ হয় | ইয়াৰ বাবে আমি এটা এপ ( app ) install কৰি লব লাগিব আৰু ইয়াৰ নাম হৈছে Youtube Vanced |

হয় , Youtube Vanced একমাত্র এনেকুৱা এপ যত Youtube ৰ Premium সেৱা সমূহ বিনামূলীয়েকৈ উপভোগ কৰিব পাৰি |

Youtube Vanced হৈছে Youtube ৰ এটা Modded version |ইয়াতে  বহুত এনেকুৱা  সবিধা  পোৱা  যায়  যিবিলাক  সাধাৰণতে  YouTube App ত পোৱা নাযায় | যেনে বিনামূলীয়াকে Ads বন্ধ কৰা, Background playback, Youtube music আৰু বহুতো | আৰু এইটো  বহুত  মানুহে  ইতিমধ্যেই  ব্যৱহাৰ কৰি আছে |

Youtube Vanced কেৱল মাত্র Android ফোন বিলাকৰ বাবেহে উপলদ্ধ |  এইটো Install  কৰিবলৈ  তলত  দিয়া  Link টোত  গৈ Download কৰি Install কৰিলেই হল | এয়াক ব্যৱহাৰ কৰিবলৈ তেনেই সহজ |

সতৰ্কবাণী : শেহতীয়া তথ্য অনুসৰি কিছু সংখ্যক Youtube Vanced ব্যৱহাৰ কাৰীৰ Google Account Suspend কৰি দিয়া হৈছিলে |  গতিকে  যদি  পাৰে Personal Google Account  ব্যৱহাৰ  নকৰি  আন  এটা  Google Account বনায়  লৈ  ব্যৱহাৰ  কৰক |

Use on your own risk

Leave a comment